Paramananda Chayengia

সমষ্টি পৰিদৰ্শনৰ বাবে যোৱাৰ পথত হঠাৎ লগ পাই ৰাইজে এনেকৈয়ে মৰম যাঁচিলে।

#Lohitmukh পৰিষদীয় সমষ্টি পৰিদৰ্শনৰ বাবে যোৱাৰ পথত হঠাৎ লগ পাই ৰাইজে এনেকৈয়ে মৰম যাঁচিলে।

জানিব পৰা মতে এক বিশেষ মাংগলিক কামত ওলাই আহিছিল গাওবাসী।

এনেকৈ আদৰ আৰু মৰম যচাৰ বাবে পানিকচুবা গাঁওবাসীক আন্তৰিক ধন্যবাদ জনালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *